অসমীয়া সাহিত্য সন্মিলনী
সদস্য ভৰ্তিৰ প্ৰপত্ৰ
নাম
-
ইমেইল আইডি
-
ফোন নম্বৰ
-
জিলা
-
ঠিকনা
-
শিক্ষাগত অৰ্হতা
-
আপুনি ইতিমধ্যেই ‘অসমীয়া সাহিত্য সন্মিলনী’ৰ সদস্য হৈ আছে নেকি? (এইটো প্ৰশ্ন কেৱল পুৰণা সদস্যৰ বাবে, যদি হৈ আছে, তেন্তে কেন্দ্ৰীয় কাৰ্যবাহক সদস্য নে সন্মীলনীৰ সাধাৰণ সদস্য, সেয়া উল্লেখ কৰিব৷)
-
আপুনি কোন জিলাৰ কোন শাখাৰ সৈতে বিশেষভাৱে জড়িত (এইটো প্ৰশ্ন কেৱল পুৰণা সদস্যৰ বাবে)
-
যদি আপুনি এতিয়ালৈকে অসমীয়া সাহিত্য সন্মিলনী’ৰ সদস্য হৈ থকা নাই, তেন্তে নতুনকৈ সদস্য হ’বলৈ আগ্ৰহী নেকি? (এইটো প্ৰশ্ন কেৱল নতুন সদস্যৰ বাবে)
-
আপুনি কোন জিলাৰ কোন শাখাৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত হ’ব বিচাৰে? অন্যথা আপুনি পোনপটীয়াকৈ ৰাজ্যিক সদস্য হিচাপেও জড়িত হ’ব পাৰে৷ (এইটো প্ৰশ্ন কেৱল নতুন সদস্যৰ বাবে)
-
‘অসমীয়া সাহিত্য সন্মিলনী’ৰ প্ৰতি আগ্ৰহী হোৱাৰ কাৰণ সম্পৰ্কে চমুকৈ জনাওক৷ (পুৰণা আৰু নতুন সদস্যৰ বাবে)
-
আপুনি সাধাৰণ সদস্য নে ৰাজ্যিক সদস্য হিচাপে সংযুক্ত হ’বলৈ আগ্ৰহী? (এইটো প্ৰশ্ন পুৰণা আৰু নতুন সদস্য দুয়োৰে বাবে)
-
‘অসমীয়া সাহিত্য সন্মিলনী’ৰ বিভিন্ন কাৰ্যকলাপত আপোনাৰ সক্ৰিয় অংশগ্ৰহণ আশা কৰিব পাৰোনে?
-
আপুনি ‘অসমীয়া সাহিত্য সন্মিলনী’ৰ বাবে ইচ্চা আৰু সামৰ্থ অনুসৰি কিছু পৰিমাণে আৰ্থিক অনুদান আগবঢ়াবলৈ আগ্ৰহী নেকি?
-
‘অসমীয়া সাহিত্য সন্মিলনী’লৈ আপোনাৰ কিবা প্ৰশ্ন আৰু পৰামৰ্শ আছে যদি ইয়াত লিখক৷
-
বিঃদ্ৰঃ এইখিনি তথ্য সম্পূৰ্ণ কৰি আপুনি ৮৭৫১৯৪৩৩৮৭ নম্বৰত বা asomiyasahityasanmilani2023@gmail.com লৈ পঠিয়াই দিব৷ ‘অসমীয়া সাহিত্য সন্মিলনী’ ফালৰপৰা আপোনাৰ সৈতে যোগাযোগ কৰা হ’ব ৷
0 Comments