• Home
  • Contact
  • About Asomiya Sahitya Sanmilani
  • The Constitution of Asomiya Sahitya Sanmilani
  • Membership Form Ofline
  • Membership Form Online
অসমীয়া সাহিত্য সন্মিলনী
  • Home
  • অধিৱেশন
  • _নগাওঁ অধিৱেশন
  • _তেজপুৰ অধিৱেশন
  • _ধুবুৰী অধিৱেশন
  • _গুৱাহাটী অধিৱেশন
  • _দৈয়াং মেৰাপানী অধিৱেশন
  • _গুৱাহাটী জ্যোতিভাৰতী অধিৱেশন
  • বঁটা আৰু সন্মান
  • আলোকচিত্ৰ
  • প্ৰকাশন
  • _অসমীয়া সাহিত্য সন্মিলনী পত্ৰিকা
  • প্ৰাগজ্যোতিকা
  • _প্ৰাগজ্যোতিকা, ২০১৫
  • বৰলুইত
  • _বৰলুইত, ২০১৯
  • _বৰলুইত, ২০২০
  • _বৰলুইত, ২০২৩
  • বাক আৰু বাৰ্তা
  • বাতৰি
  • প্ৰতিবেদন
  • _প্ৰতিবেদন, ২০১৩
  • জিলা/শাখা সন্মিলনী
  • চেমিনাৰ
  • _গীতি-সাহিত্য বিষয়ক
  • _বিশ্বায়ন বিষয়ক
Homeআলোকচিত্ৰঅসমীয়া সাহিত্য সন্মিলনীৰ চতুৰ্থ দ্বি-বাৰ্ষিক অধিৱেশনৰ নিমন্ত্ৰণী পত্ৰ

অসমীয়া সাহিত্য সন্মিলনীৰ চতুৰ্থ দ্বি-বাৰ্ষিক অধিৱেশনৰ নিমন্ত্ৰণী পত্ৰ

অসমীয়া সাহিত্য সন্মিলনী - April 21, 2023

 





Tags:
আলোকচিত্ৰ
  • Facebook
  • Twitter
  • Newer

  • Older

অসমীয়া সাহিত্য সন্মিলনী

Posted by: অসমীয়া সাহিত্য সন্মিলনী

অসমীয়া ভাষা-সাহিত্যৰ সকলো প্ৰকাৰৰ উন্নতি, চৰ্চা, সংৰক্ষণৰ হকে সকলো ধৰণৰ ধৰ্ম-সম্প্ৰদায় তথা ৰাজনৈতিক গণ্ডীৰ ঊৰ্ধত থাকি নিয়োজিত হোৱাৰ উপৰি অসমৰ জাতীয় জীৱনৰে সংপৃক্ত শিল্প-সংস্কৃতি আৰু সমাজ সংশ্লিষ্ট বিষয়ত বিজ্ঞানসন্মত দৃষ্টিভংগীৰে কাম কৰিবলৈ আৰু অসমৰ সকলো জনগোষ্ঠীৰ মাজত সংহতি স্থাপন কৰিবলৈ ২০১৩ চনত ‘অসমীয়া সাহিত্য সন্মিলনী’ গঠন কৰা হয়৷ এই সন্মিলনীয়ে উল্লিখিত লক্ষ্যসমূহ পূৰণ কৰিবলৈ ৰাজ্যজুৰি এক সাংগঠনিক কাঠাম গঢ়ি তুলিছে আৰু অসমীয়া ভাষা সাহিত্যৰ চৰ্চা কৰা লোকসকলক তথা অন্যান্য স্থানলৈকো ইয়াৰ সাংগঠনিক কাঠাম প্ৰসাৰিত কৰি আহিছে৷ অসমৰ জাতীয় জীৱনৰ সৰ্বতোপ্ৰকাৰৰ বিকাশ আৰু উৎকৰ্ষ সম্ভৱ কৰি তুলিবলৈ অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ চৰ্চা, সংৰক্ষণ তথা সংবৰ্ধন আৰু সাহিত্যৰ ক্ষেত্ৰত এক মতাদৰ্শগত ভিত্তি গঢ়ি তোলাই হ’ল সন্মিলনীৰ প্ৰধান উদ্দেশ্য৷

Post a Comment

0 Comments

About

My photo
অসমীয়া সাহিত্য সন্মিলনী
View my complete profile

Social Plugin

Labels

  • আজীৱন সদস্য
  • আলোকচিত্ৰ
  • তালিকা
  • বঁটা আৰু সন্মান
  • সদস্য ভৰ্তিৰ প-প্ৰত্ৰ

যোগাযোগ কৰক

Name

Email *

Message *

Total Pageviews

Menu Footer Widget

  • মুখ্যপৃষ্ঠা
  • সন্মিলনীৰ বিষয়ে
  • সদস্য ভৰ্তিৰ প্ৰ-পত্ৰ
  • সন্মিলনীৰ সংবিধান
  • আমাৰ সৈতে যোগাযোগ কৰক
  • আজীৱন সদস্যৰ তালিকা
Created By SoraTemplates | Distributed By Gooyaabi Templates